#Menopause #AssameseHealthTips
ৰজোনিবৃত্তি হ’ল ঋতুচক্ৰৰ অন্ত পৰা সময়। এগৰাকী মহিলাই ঋতুস্ৰাৱ নোহোৱাকৈ ১২ মাহ পাৰ হোৱাৰ পিছত ইয়াক ধৰা পৰে। ৰজোনিবৃত্তি ৪০ বা ৫০ বছৰৰ শেষৰ ফালে হ’ব পাৰে। গতিকে, ৰজোনিবৃত্তিৰ স্বাস্থ্যজনিত জটিলতা আৰু লক্ষণসমূহ কি কি? স্ত্ৰীৰোগ বিশেষজ্ঞ কাশ্মীৰা ঘোষৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
ৰজোনিবৃত্তি কি? ৰজোনিবৃত্তি কিয় হয়? (0:00)
ৰজোনিবৃত্তিৰ ইংগিত দিয়া লক্ষণবোৰ কি কি? (2:07)
ৰজোনিবৃত্তিৰ পিছত কোনো স্বাস্থ্যজনিত জটিলতা হয়নে? (5:13)
ৰজোনিবৃত্তিৰ সময়ত ব্যক্তিজনক কেনেধৰণৰ যত্নৰ প্ৰয়োজন হয়? (8:02)
ৰজোনিবৃত্তিৰ ফলত ব্যক্তিৰ মানসিক স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে? (11:25)
ৰজোনিবৃত্তিৰ ফলত কেনেকৈ যৌন সমস্যাৰ হয়? (12:51)
Menopause is a natural biological process that marks the end of a woman’s menstrual cycle. While it is a normal part of aging, it can bring about certain health issues and changes in the body due to hormonal changes. At what age does Menopause occur? How to take care of Health after Menopause? Let’s know more from Dr Kashmira Ghosh, a Gynaecologist.
In this Video,
What is Menopause? in Assamese (0:00)
Symptoms of Menopause, in Assamese (2:07)
Complications of Menopause, in Assamese (5:13)
How to take care of Health during Menopause? in Assamese (8:02)
Impact of Menopause on Mental Health, in Assamese (11:25)
Can Menopause cause Sexual Health problems? in Assamese (12:51)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!