#AsthmaInChildren #AssameseHealthTips
শিশুৰ হাঁপানী ৰোগ এটা সাধাৰণ দীৰ্ঘদিনীয়া অৱস্থা, যাৰ ফলত পুনৰাবৃত্তিমূলকভাৱে হুহুকি অহা, কাহ, বুকুখন টান হোৱা, উশাহ লোৱাত কষ্ট পোৱা আদি ৰোগ হয়। হাওঁফাওঁৰ বায়ুপথ প্ৰদাহ আৰু সংকুচিত হৈ বায়ু পাৰ হ’বলৈ অসুবিধা হ’লে এই লক্ষণ দেখা দিয়ে। গতিকে, ইয়াৰ কাৰণ আৰু চিকিৎসা কি কি? শিশু চিকিৎসক শিৱাংগী বৰাৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
হাঁপানী কি? শিশুৰ জেনেটিক নেকি? (0:00)
শিশুৰ হাঁপানীৰ কাৰণ কি? (2:26)
শিশুটিৰ হাঁপানীৰ আক্ৰমণ হ’লে কি কৰিব লাগে? (3:57)
হাঁপানীৰ চিকিৎসা (5:37)
শিশুৰ হাঁপানী ৰোগ প্ৰতিৰোধ কৰিব পাৰিনে? যদি হয়, তেন্তে কেনেকৈ? (7:57)
Asthma is a common chronic condition in children, causing recurring episodes of wheezing, coughing, chest tightness, and shortness of breath. These symptoms occur when the airways in the lungs become inflamed and constricted, making it difficult for air to pass through. How to treat Asthma in children? Let’s know more from Dr Shivangi Bora, a Paediatrician.
In this video,
What is Asthma? in Assamese (0:00)
Causes of Asthma in Children, in Assamese (2:36)
What to do if your child is having an Asthma attack? in Assamese (3:57)
Treatment of Asthma in Children, in Assamese (5:37)
Prevention of Asthma in Children, in Assamese (7:57)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!