#OralCancer #AssameseHealthTips
মুখৰ কৰ্কট ৰোগৰ ভিতৰত মুখ আৰু ডিঙিৰ পিছফালৰ কৰ্কট ৰোগ অন্তৰ্ভুক্ত। জিভা, মুখ আৰু আঁঠুৰ আৱৰণৰ কলা, জিভাৰ তলত, জিভাৰ গুৰি আৰু মুখৰ পিছফালে ডিঙিৰ অংশত মুখৰ কৰ্কট ৰোগ হয়। আমি কি কি উপায়েৰে মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰো? দন্ত চিকিৎসক ডাঃ বৰষা নাথৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
মুখৰ কৰ্কট ৰোগ কি? (0:00)
মুখৰ কৰ্কট ৰোগৰ লক্ষণসমূহ কি কি? (0:27)
মুখৰ কৰ্কট ৰোগৰ কাৰণ কি কি? (2:31)
মুখৰ কৰ্কট ৰোগৰ চিকিৎসা কি? (3:12)
মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰিনে? (4:09)
আমি কিমানবাৰ ডাক্তৰৰ ওচৰলৈ যাব লাগে? (4:41)
Oral cancer is a type of cancer that can affect the mouth, tongue, lips, gums, or other tissues in the oral cavity. The most common causes of Oral cancer are tobacco use and alcohol consumption. What is the Treatment and Prevention of Oral Cancer? Let’s know more from Dr Barsha Nath, a Dentist.
In this Video,
What is Oral Cancer? in Assamese (0:00)
Symptoms of Oral Cancer, in Assamese (0:27)
Causes for Oral Cancer, in Assamese (2:31)
Treatment for Oral Cancer, in Assamese (2:12)
Prevention of Oral Cancer, in Assamese (4:09)
How often should we visit a Dentist? in Assamese (4:41)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!