#KidneyStone #AssameseHealthTips
বৃক্কৰ পাথৰ হৈছে ঘন প্ৰস্ৰাৱত একেলগে লাগি থকা খনিজ পদাৰ্থ আৰু এচিড লৱণৰ কঠিন জমা। প্ৰস্ৰাৱ নলীৰ মাজেৰে পাৰ হ’লে বিষ হ’ব পাৰে। কিডনীৰ পাথৰ কেনেকৈ চিকিৎসা আৰু প্ৰতিৰোধ কৰিব পাৰি? আহক অধিক জানো ইউৰ’লজিষ্ট ডাঃ নবজীত দাসৰ পৰা।
এই ভিডিঅ’টোত,
কিডনীৰ পাথৰ কিমান বয়সত দেখা দিয়ে? (0:00)
বৃক্কত পাথৰ কিয় হয়? (0:57)
বৃক্কত পাথৰ হোৱাৰ লক্ষণ কি কি? (3:04)
ৰোগ নিৰ্ণয়ৰ পদ্ধতি কি? (4:02)
ইয়াৰ চিকিৎসা কি? (5:04)
অপাৰেচনৰ প্ৰয়োজন আছেনে? (7:48)
কিডনীৰ পাথৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? (9:02)
Kidney Stones are hard deposits of minerals and acid salts that stick together in concentrated urine. Kidney Stones can cause severe pain, urinary issues, and occasionally blood in the urine. What causes Kidney Stones? How to treat Kidney Stones? Let’s know more from Dr Nabajeet Das, a Urologist.
In this Video,
What age does a Kidney Stone occurs? in Assamese (0:00)
Causes of Kidney Stone, in Assamese (0:57)
Symptoms of Kidney Stone, in Assamese (3:04)
Diagnosis of Kidney Stone, in Assamese (4:02)
Treatment of Kidney Stone, in Assamese (5:04)
Who is advised for Kidney Stone surgery? in Assamese (7:48)
Prevention of Kidney Stone, in Assamese (9:02)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!