#ProstateCancer #AssameseHealthTips
প্ৰষ্টেট কেন্সাৰ প্ৰষ্টেট গ্ৰন্থিৰ কোষৰ অনিয়ন্ত্ৰিত (মাৰাত্মক) বৃদ্ধিৰ দ্বাৰা চিহ্নিত কৰা হয়। প্ৰষ্টেট হৈছে আখৰোটৰ আকাৰৰ গ্ৰন্থি, যিটো মূত্ৰাশয়ৰ ঠিক তলত আৰু মলদ্বাৰৰ সন্মুখত অৱস্থিত, ইউৰেথ্ৰা – মূত্ৰাশয়ৰ পৰা প্ৰস্ৰাৱ কঢ়িয়াই নিয়া নলীক আগুৰি থাকে। গতিকে, আমি কেনেকৈ প্ৰষ্টেট কেন্সাৰৰ চিকিৎসা আৰু প্ৰতিৰোধ কৰিব পাৰো? আহক অধিক জানো ইউৰ’লজিষ্ট ডাঃ বৰুণ কুমাৰৰ পৰা।
এই ভিডিঅ’টোত,
প্ৰষ্টেট কেন্সাৰ কি? (0:00)
প্ৰষ্টেট কেন্সাৰৰ মূল কাৰণবোৰ কি কি? (2:19)
কেতিয়া চিকিৎসক পৰামৰ্শ লব লাগে? (3:10)
প্ৰষ্টেট কেন্সাৰৰ চিকিৎসা (4:14)
প্ৰষ্টেট কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰোনে? (5:14)
Prostate cancer develops when abnormal cells form and grow in the prostate gland, which is found only in males. Adults, especially those over the age of 60, are at risk of developing prostate cancer. What are the causes of prostate cancer? How is it treated? Let’s find out from Dr Barun Kumar, a Urologist.
In this Video,
What is Prostate Cancer? in Assamese (0:00)
What are the main causes of Prostate Cancer? in Assamese (2:19)
When to consult a doctor about Prostate Cancer? in Assamese (3:10)
Treatment for Prostate Cancer, in Assamese (4:14)
Prevention of Prostate Cancer, in Assamese (5:14)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!