#SlippedDisc #AssameseHealthTips
হাৰ্নিয়া (বা পিছলি যোৱা) ডিস্ক হয় যেতিয়া ডিস্কৰ সকলো বা অংশ মেৰুদণ্ডৰ দুৰ্বল অংশৰ মাজেৰে জোৰকৈ সোমাই যায়। ইয়াৰ ফলত ওচৰৰ স্নায়ু বা মেৰুদণ্ডৰ ওপৰত হেঁচা পৰিব পাৰে। পিছলি যোৱা ডিস্কৰ সঠিক সময়ত চিকিৎসা কৰাটো অতি প্ৰয়োজনীয় যাতে আৰু কোনো ধৰণৰ বিষ বা ক্ষতি নহয়। গতিকে, পিছলি যোৱা ডিস্কৰ লক্ষণ আৰু চিকিৎসা কি কি? অধিক জানো আহক অস্থিৰোগ বিশেষজ্ঞ ডাঃ শিখৰ জ্যোতি ভূঞা।
এই ভিডিঅ’টোত,
পিছলি যোৱা ডিস্ক কি? কিমান গুৰুতৰ? (0:00)
ডিস্ক পিছলি যোৱাৰ আশংকা কাৰ? (1:37)
ডিস্ক পিছলি যোৱাৰ কাৰণ কি হব পাৰে? (2:24)
ডিস্ক পিছলি যোৱাৰ লক্ষণ কি কি? (3:02)
স্লিপড ডিস্ক কেনেকৈ নিৰ্ণয় কৰা হয়? (4:26)
পিছলি যোৱা ডিস্কৰ চিকিৎসা কেনেকৈ কৰা হয়? (5:26)
অপাৰেচনৰ প্ৰয়োজন আছেনে? (7:00)
পিছল ডিস্কৰ বিপদজনক কাৰকসমূহ কি কি? (8:31)
পিছলি যোৱা ডিস্ক ৰোধ কৰিব পাৰিনে? (9:13)
Slipped Disc, also known as a Prolapsed Disc, occurs when the soft, jelly-like center of a spinal disc pushes through a crack in the tough exterior casing. This condition can cause pain, numbness, or weakness in the affected area, often radiating down the limbs. How to treat Slipped Disc? Let’s know more from Dr Sikhar Jyoti Bhuyan, an Orthopaedist.
In this Video,
What is a Slipped Disc? in Assamese (0:00)
Who is at risk of a Slipped Disc? in Assamese (1:37)
Cause of Slipped Disc, in Assamese (2:24)
Symptoms of Slipped Disc, in Assamese (3:02)
Diagnosis of Slipped Disc, in Assamese (4:26)
Treatment of Slipped Disc, in Assamese (5:26)
Is surgery required for Slipped Disc? in Assamese (7:00)
What are the risk factors for Slipped Disc? in Assamese (8:31)
Prevention of Slipped Disc, in Assamese (9:13)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!