#DarkCircle #AssameseHealthTips
চকুৰ তলৰ পতা তলত ক’লা বৃত্ত হোৱাটো সাধাৰণ কথা। জিনীয়, এলাৰ্জী বা আন কাৰণত দেখা দিব পাৰে। বিভিন্ন ঘৰুৱা উপায় আৰু চিকিৎসাৰ দ্বাৰা ইহঁতৰ ৰূপ কমোৱাত সহায়ক হ’ব পাৰে। গতিকে, ডাৰ্ক চাৰ্কলৰ বিভিন্ন কাৰণ কি আৰু আমি ইয়াৰ চিকিৎসা কেনেকৈ কৰিব পাৰো? ক্লিনিকেল কচমেট’লজিষ্ট ডাঃ দেবেশীৰ পৰা অধিক জানো আহক।
এই ভিডিঅ’টোত,
চকুৰ বৃত্ত ক’লা হোৱাৰ সাধাৰণ কাৰণবোৰ কি কি? (0:00)
চকুৰ ক’লা বৃত্ত কমোৱাৰ বাবে জীৱনশৈলীৰ পৰিৱৰ্তন (3:43)
কি কি চিকিৎসা উপলব্ধ? (5:55)
চকুৰ চাৰিওফালে থকা সুক্ষ্ম ছালখনক ৰ’দৰ ক্ষতিৰ পৰা ৰক্ষা কৰাৰ উপায়? (7:33)
The dark area that appears under the eyes is known as Dark Circles. Dark Circles may appear due to lack of sleep, genetics, allergies, aging, or lifestyle choices. How to treat Dark Circles? Let’s know more from Dr Debeshi Chattacharjee, a Clinical Cosmetologist.
In this Video,
Causes of Dark Circles, in Assamese (0:00)
Lifestyle Changes to Reduce Dark Circles, in Assamese (3:43)
Treatment of Dark Circles, in Assamese (5:55)
Prevention of Dark Circles, in Assamese (7:33)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!