#DiabetesDiet #AssameseHealthTips
ডায়েবেটিছ নিয়ন্ত্ৰণত খাদ্যৰ মুখ্য ভূমিকা আছে। কিন্তু কেতিয়াবা ডায়েবেটিছ ৰোগীয়ে নিজৰ অৱস্থা পৰিচালনা কৰিবলৈ কি কি খাদ্য খাব লাগে সেই বিষয়ে বিভ্ৰান্ত হয়। টাইপ ১ আৰু টাইপ ২ ৰোগীৰ বাবে কি খাদ্য? ডায়েটিচিয়ান পূৰবী দত্তৰ পৰা জানো আহক।
এই ভিডিঅ’টোত,
ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ আপুনি কি কি খাদ্য খাব লাগিব? (0:00)
কিমান চেনিৰ অনুমতি? (0:36)
ডায়েবেটিছত কি কি খাদ্য পৰিহাৰ কৰিব লাগে? (1:11)
ডায়েবেটিছ টাইপ ১ ৰ খাদ্য পৰিকল্পনা টাইপ ২ ৰ পৰা পৃথক নেকি? (1:58)
ডায়েবেটিছ ৰোগীৰ বাবে কোনবোৰ ফল ভাল আৰু কোনবোৰ নহয়? (2:41)
ডায়েবেটিছ ডায়েটৰ বাবে আন কি কি কৰিব লাগে আৰু কৰিব নালাগে? (3:57)
Diet has a major role in managing Diabetes. But sometimes people with diabetes get confused about what foods they should eat to manage their condition. What is the diet for Type 1 and Type 2 Diabetes Patients? Let’s find out from Purabi Dutta, a Dietician.
In this Video,
What should be the diet for Diabetics? (0:00)
How much sugar can a Diabetic have? (0:36)
What food to be avoided by Diabetics? (1:11)
Is the diet plan for diabetes type 1 different from type 2? (1:58)
Which fruits are good for Diabetics? (2:41)
General Diet Tips for Diabetes? (3:57)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!