#Glaucoma #AssameseHealthTips
গ্ল’ক’মা হৈছে চকুৰ এনে এক গোট যিয়ে চকুৰ স্নায়ুৰ ক্ষতি কৰে, যাৰ স্বাস্থ্য ভাল দৃষ্টিশক্তিৰ বাবে অতি প্ৰয়োজনীয়। আপোনাৰ চকুত অস্বাভাৱিকভাৱে উচ্চ চাপৰ ফলত প্ৰায়ে এই ক্ষতি হয়। গ্ল’ক’মাৰ কাৰণ কি? এই বিষয়ে অধিক জানিবলৈ আহক ড০ জয়ন্ত দাসৰ পৰা।
এই ভিডিঅ’টোত আছে,
গ্ল’ক’মা কি? (0:00)
গ্ল’ক’মাৰ কাৰণ কি? (1:45)
চকুৰ দৃষ্টিশক্তিৰ বাবে গ্ল’ক’মা কেনেকৈ ক্ষতিকাৰক? (3:44)
গ্ল’ক’মাৰ অন্ধতা সৃষ্টি কৰে নেকি? (5:45)
গ্ল’ক’মাৰ লক্ষণ? (6:22)
গ্ল’ক’মা কিয় হ’ব পাৰে? (7:09)
গ্ল’ক’মা কেনেকৈ ধৰা পৰে? (8:29)
গ্ল’ক’মাৰ চিকিৎসা কি? (10:02)
চিকিৎসাৰ পিছত মানুহৰ দৃষ্টিশক্তি পুনৰ ঘূৰি আহিব পাৰিনে? (13:15)
গ্ল’ক’মা হোৱাৰ প্ৰৱণতা কাৰ? (13:57)
গ্ল’ক’মাৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? (15:13)
Glaucoma is a group of eye disorders that lead to progressive damage to the optic nerve. This damage is often caused by abnormally high pressure in your eye. What are the causes of Glaucoma? Let’s know more about this from Dr Jayanta Kumar Das, an Ophthalmologist.
In this Video,
What is Glaucoma? in Assamese (0:00)
What are the causes of Glaucoma? in Assamese (1:45)
How is Glaucoma harmful to eyesight? in Assamese (3:44)
Does Glaucoma cause blindness? in Assamese (5:45)
Symptoms of Glaucoma, in Assamese (6:22)
Why might one get Glaucoma? in Assamese (7:09)
How is Glaucoma diagnosed? in Assamese (8:29)
What is the treatment for Glaucoma? in Assamese (10:02)
Can one’s vision be restored after treatment? in Assamese (13:15)
Who is prone to getting Glaucoma? in Assamese (13:57)
How to prevent Glaucoma? in Assamese (15:13)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!