#Cancer #AssameseHealthTips
শৰীৰৰ অস্বাভাৱিক কোষৰ অনিয়ন্ত্ৰিত বৃদ্ধি আৰু বিভাজন হ’ল কৰ্কট ৰোগ। কেন্সাৰ হৈছে এক জটিল আৰু সম্ভাৱ্য জীৱন সংকটজনক ৰোগ। শৰীৰৰ যিকোনো অংশত ইয়াৰ বিকাশ হ’ব পাৰে। কিন্তু আগতীয়াকৈ ধৰা পেলোৱাটোৱে কেন্সাৰৰ ফলপ্ৰসূ চিকিৎসাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰাথমিক পৰ্যায়ৰ পৰা কেনেকৈ কৰ্কট ৰোগ ধৰা পেলাব পাৰি? ডাঃ গায়ত্ৰী গগৈৰ পৰা অধিক জানো আহক
এই ভিডিঅ’টোত,
কেন্সাৰ বা কৰ্কট ৰোগৰ সাধাৰণ লক্ষণসমূহ কি কি? (0:00)
কৰ্কট ৰোগৰ প্ৰকাৰ আৰু ইয়াৰ সতৰ্কবাণী কি কি? (1:48)
কৰ্কট ৰোগৰ চিকিৎসাত আগতীয়াকৈ ধৰা পেলোৱাটো কিমান গুৰুত্বপূৰ্ণ? (3:44)
কৰ্কট ৰোগৰ চিকিৎসা কি কি? (5:33)
কৰ্কট ৰোগৰ ঘূৰি অহাৰ সম্ভাৱনা কিমান? (8:01)
কৰ্কট ৰোগৰ সম্ভাৱনা কমাবলে জীৱনত কি পৰিবৰ্তন কৰিব লাগে? (10:02)
Cancer is the uncontrolled growth and division of abnormal cells in the body. Cancer is a complex and potentially life-threatening disease. It can develop in any part of the body. But early detection plays a crucial role in effectively treating cancer. How to detect cancer from an early stage? Let’s know more from Dr Gayatri Gogoi, an Oncopathologist.
In this Video,
Symptoms of Cancer, in Assamese (0:00)
Types of Cancer, in Assamese (1:48)
Diagnosis of Cancer, in Assamese (3:44)
Treatment of Cancer, in Assamese (5:33)
Can cancer recur after treatment? in Assamese (8:01)
Lifestyle changes to Prevent Cancer, in Assamese (10:02)
Subscribe Now & Live a Healthy Life!
স্বাস্থ্য প্লাছ নেটৱৰ্কে মেডিকেল জৰিত উপদেশ নিদিয়ে। ইয়াত দেখুৱা তথ্য খিনি সম্পূৰ্ণ জ্ঞান আহৰণৰ বাবে আৰু কোনো ধৰণৰ প্ৰফেচনেল উপদেশৰ আৰ্হি নহয়। যিকোনো স্বাস্থ্য সমস্যা বিশেষে ডক্তৰৰ পৰামৰ্শ লোৱা টো দৰকাৰী।
Swasthya Plus Network does not provide medical advice. Content on Swasthya Plus Network is for informational purposes only, and is not a substitute for the professional judgment of a doctor/health professional. Always seek the advice of a qualified health professional for your health concerns.
For feedback and business inquiries/ organise a doctor interview, contact Swasthya Plus Assamese at [email protected]
Swasthya Plus Assamese, the leading destination serving you with Health Tips in Assamese on health, hygiene, nutrition, lifestyle, and more!